Thursday, January 3, 2013

স্বপ্ন য'ত নাই জীৱনো নাই
আছে মাথো নিৰাশাৰ ধোঁৱা।
দিন বাগৰে ৰাতি বাগৰে
শেষ নহয় এন্ধাৰক লোৱা।

3 comments: