Saturday, June 30, 2012

জয় বৰুৱাৰ খিৰিকী


তেজে তেজে ৰাতিপুৱা নামে
চকু মেলি সুখ পাবলে
শিৰে শিৰে ৰ'দ ভাহি আহে
হাঁহি সনা মন চুবলে

খিৰিকী খুলি চালেই পৃথিবী
উশাহো হ'বযে মুকলি
উভতি ৰ'লেযে নেদেখি
নিজৰে আপোন চিনাকি

হমমম...

খোজে খোজে ভিৰ বাঢ়ি আহে
বহুজনে বেঢ়ি ধৰিলে
ঘৰে ঘৰে পিচে "...." বাঢ়ে
কোনোজনে কাকো নিচিনে

গৰকি আহি আন পদূলিত
নিজকে লাগেযে দূৰণিত
তুলসীৰ তলেযে  নাই হৰিণী
কঙালী আজি পৃথিবী...


সুৰ: গানটোৰ কৰ্ড -

এ- মাইনৰ, জি-মেজৰ, এফ-মেজৰ ইট্ট্যাদি।


No comments:

Post a Comment